abhi saikia - dhulixona (feat. ipsita bharali) lyrics
Loading...
পৃথিৱী জিকী+মিকি
শুকুলা পোহৰে কৰেহি
চিতিকি পৰিবহি
তৰাৰ চিয়াঁহী মনোৰঙী
জোনে মুঠি মাৰিছে
মনকে অ’ নিশা
উকা কৰি উৰেটো
ৰাতিতে জী উঠা
ধুলিসনা
জোনাকৰে
আচলতে কি ৰহণ
দোমোজাতে
ৰিঙীয়ালে
সমিৰৰে আভৰণ
ধুলিসনা
জোনাকৰে
আচলতে কি ৰহণ
দোমোজাতে
ৰিঙীয়ালে
সমিৰৰে আভৰণ
হুঁম হুঁম হুঁম
হুঁম হুঁম হুঁম
কেকুৰী আছুতীয়া
বোৱতী নদীৰ নীলিমা
সৰকি আধৰুৱা
বৰষা টোপালে সজোৱা
চকু মেলি চোৱানা
নিজানে কি পোৱা
হাঁহি দিয়া গোপনে
জোনাকী পৰুৱা
ধুলিসনা
জোনাকৰে
আচলতে কি ৰহণ
দোমোজাতে
ৰিঙীয়ালে
সমিৰৰে আভৰণ
ধুলিসনা
জোনাকৰে
আচলতে কি ৰহণ
দোমোজাতে
ৰিঙীয়ালে
সমিৰৰে আভৰণ
Random Lyrics
- beenie man - hand up lyrics
- djiza - money lisa remix lyrics
- them coulee boys - cool on down lyrics
- sarah barrios - i didn’t mean to - acoustic lyrics
- vito paradiso - lorena lyrics
- abbas bağırov - gəncə lyrics
- gracie abrams - friend lyrics
- mxnace - lost (outro) lyrics
- eri monteiro - suor e sal lyrics
- richie branson - n.e.r.d. lyrics