azlyrics.biz
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #

debajit raikarmakar - soku meli xui uthaa lyrics

Loading...

ep + daami posaak
composer, singer + debajit raikarmakar
lyricist + subhajit raikarmakar
mix & mastered by + abhijit raikarmakar

চকু মেলি শুই উঠা মানে এমুঠি উমাল আশা
ৰ’দ আহি যায় ঘুৰি সামৰি লোৱা অবুজ আশা
পাইও হেৰুৱা হাৰি যোৱা নহয় নে কোৱা নিৰাশাৰ ভাষা
প্রেৰণাৰ আশা আতৰি যোৱাত দিঠকত ৰুলো আকৌ নিৰাশা
মোৰ আশাৰ সাগৰ সিও বৈ থাকক অনাদি
মোৰ ভৰশাৰ সাগৰ সিও বৈ থাকক অনাদি

পৰি উঠাৰ সফল হোৱাৰ যদি সিও শেষ হয় আশা
ভাগি পৰিম কিনো কৰিম দোষী প্ৰতিখোজে নিৰাশা
আছিল কালি প্রেৰণা ঠেকেচি আনিম সফলতা
আজি চাগে ঠেকেচিব মোকে আহি বিফলতা
মোৰ আশাৰ সাগৰ সিও বৈ থাকক অনাদি
মোৰ ভৰশাৰ সাগৰ সিও বৈ থাকক অনাদি

সাগৰতো সাতোৰে যি পাৰ পোৱা হ’ল তাৰ আশা
তোৰো বাটে মোৰো বাটে অহা যোৱা হওক এই আশাৰ
সপোন ভাঙে সপোন গঢ়ে আশায় যাচে প্রভাতি সুবাস
খোজে খোজে জানানে ধুলি পৰিব উৰিব কত নিৰাশাৰ
মোৰ আশাৰ সাগৰ সিও বৈ থাকক অনাদি
মোৰ ভৰশাৰ সাগৰ সিও বৈ থাকক অনাদি



Random Lyrics

HOT LYRICS

Loading...