
nekib feat. priyanka - taxi gari lyrics
টেক্সি গাড়ী লৈ
যাম শ্বিলংত
আই ও দেহি
তই ও যাবি লগত
চেল্ফি মাৰি যাম
ওখ পাহাৰত
আই ও দেহা
মিঠা মিঠা পৰশ
টেক্সি গাড়ী লৈ
যাম শ্বিলংত
আই ও দেহি
তই ও যাবি লগত
চেল্ফি মাৰি যাম
ওখ পাহাৰত
আই ও দেহা
মিঠা মিঠা পৰশ
শ্বিলংৰে একা বেঁকা দীঘলীয়া বাট
তোৰে লগত গলে ভাগৰ
নালাগে দেহাত
কুঁৱলী বাৰে বাৰে কৰিব আঘাত
কিনো হৱ তোৰে মোৰে গৰম কলিজাত
টেক্সি গাড়ী লৈ
যাম শ্বিলংত
আই ও দেহি
তই ও যাবি লগত
চেল্ফি মাৰি যাম
ওখ পাহাৰত
আই ও দেহা
মিঠা মিঠা পৰশ
মেঘে চিনিব পাহাৰ শিখৰক
তই ও চিনিবি মোৰ হৃদয়ক
টানি নিবি তোৰ বুকুৰে মাজত
জোৱাৰ উঠিব প্ৰেম সাগৰত
মেঘে চিনিব পাহাৰ শিখৰক
তই ও চিনিবি মোৰ হৃদয়ক
টানি নিবি তোৰ বুকুৰে মাজত
জোৱাৰ উঠিব প্ৰেম সাগৰত
বেলি ডুবি শ্বিলংতে হব গধূলি
তাতে মজা লাগিব মৰম বুটলি
তোৰে জানো ঘৰতে নিদিব গালি
ঘৰতে কম কিবা কম আছিলে বুলি
টেক্সি গাড়ী লৈ
যাম শ্বিলংত
আই ও দেহি
তই ও যাবি লগত
চেল্ফি মাৰি যাম
ওখ পাহাৰত
আই ও দেহা
মিঠা মিঠা পৰশ
কিনকিনিয়া বৰষুণতে
দেহা তিতিলে ভাল লাগিব
বনত জ্বলা জুই
জ্বলি নুমাব
মনত জ্বলা জুই
আৰু জ্বলিব
কিনকিনিয়া বৰষুণতে
দেহা তিতিলে ভাল লাগিব
বনত জ্বলা জুই
জ্বলি নুমাব
মনত জ্বলা জুই
আৰু জ্বলিব
বেলি ডুবি শ্বিলংতে হব গধূলি
কিযে মজা লাগিব মৰম বুটলি
পিছে তোৰে জানো ঘৰতে নিদিব গালি
ঘৰতে কম কিবা কম আছিলে বুলি
Random Lyrics
- 張敬軒 - 下次愛你 lyrics
- pedro melo - the storyteller lyrics
- peacemakers - the art of rolling lyrics
- natewantstobattle - i`d love to break it to you lyrics
- the bronson - sei solo tu lyrics
- frank sinatra and tommy dorsey - i'll be seeing you lyrics
- sf9 - 부르릉 roar lyrics
- mc bilal - ohne mich lyrics
- jerry herman - i put my hand in lyrics
- ball park music - trippin' the light fantastic lyrics