prashanta, abhijit,end vivid - agomon lyrics
Loading...
আগমন
ভালপোৱাৰ উশাহেৰে
তুমি অহা সপোন বাটে
ৰৈ আছো তোমাৰ বাবে
তুমি অহা কাষৰলে…
জীৱনৰ উকা
কাগজখিলাতে
ভালপোৱা গুজি দিয়া
মোৰ বাবে….
ভালপোৱাৰ উশাহেৰে
তুমি অহা সপোন বাটে
মৰমৰ বাৰিষাৰ বৰষুণ হোৱা
হেঁপাহৰ দলিচাত তুমি মাথোঁ ৰোৱা
মোৰ শাওনৰ ফাগুণৰ ৰংতুলিকা
তুমি তুমি মোৰ বাবে…
ভালপোৱাৰ উশাহেৰে
তুমি অহা সপোন বাটে
ৰৈ আছো মই তোমাৰ বাবে
তুমি অহা মোৰ কাষৰলে…
….thank you….
Random Lyrics
- dj sound - never trust a bitch lyrics
- kim won jun (김원준) - 외면 (outside) lyrics
- mulató aztékok - menj tovább lyrics
- dojinletters - in the casket lyrics
- johnf3nt - sicitalian (scam) lyrics
- leonardo visioli - simposio moderno lyrics
- rama dee - najielezea (acoustic) lyrics
- methat - dance (belev city) lyrics
- куок (quok) - moonchildren* (decadance 3) lyrics
- gaymandan - big dawgs (gay version) lyrics